ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 21, 2025

Day

সমাজত কুসংস্কাৰ বিয়পোৱা এটা ভণ্ড বেজক গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে। অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে কলাযাদুৰে চিকিৎসা কৰা, ধৰ্মান্তৰকৰণৰ চেষ্টা কৰা আদি বহু অভিযোগ উত্থাপন হৈছে। অভিযুক্ত ব্যক্তিজনক লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত দেজু সমবায় কন্দৰাপথাৰৰ বাসিন্দা নুৰুদ্দিন খান পাল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নুৰুদ্দিনে পূৰ্বে কামৰ সন্ধানত অৰুণাচল প্ৰদেশলৈ গৈছিল। তাতে তেওঁ...
Read More
জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ অভিযোগক কেন্দ্ৰ কৰি নলবাৰীত কংগ্ৰেছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দেওবাৰে নলবাৰী টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ পদত্যাগৰ দাবী উত্থাপন কৰা হয়। ‘নল আছে, জল নাই’ শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে নলবাৰী চহৰ উত্তাল কৰি তোলে। কংগ্ৰেছৰ অভিযোগ অনুসৰি, দেশজুৰি জল জীৱন মিছনত সংঘটিত দুৰ্নীতিৰ...
Read More
বোকাখাতৰ আগশাৰীৰ আবৃত্তি শিক্ষণ কেন্দ্ৰ “প্ৰয়াস কাব্যকানন”ৰ দহ বছৰীয়া পূৰ্তি উপলক্ষে আজি এক বিশেষ সভা আৰু আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ২০১৫ চনত বোকাখাত আৰু কমাৰগাঁৱত একত্ৰিতভাৱে এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল। আজি বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই সমাৰোহত কেন্দ্ৰটোৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী, বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু অগণন গুণগ্ৰাহী উপস্থিত থাকে।...
Read More
ভাৰতীয় ৰে’লৱেই অহা ২৬ ডিচেম্বৰৰ পৰা দীৰ্ঘ দূৰত্বৰ যাত্ৰীৰ বাবে টিকটৰ ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, এই ভাড়া বৃদ্ধি কেৱল ২১৫ কিলোমিটাৰৰ অধিক দূৰত্বৰ যাত্ৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। ৰে’লৱেৰ ঘোষণা মৰ্মে, ২১৫ কিলোমিটাৰৰ ঊৰ্ধ্বৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ (Second Class Ordinary) ভাড়া প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি কৰা হৈছে।...
Read More
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ সমীপৰ এখন বাৰত দেওবাৰে পুৱতি নিশা অচিনাক্ত বন্দুকধাৰীয়ে কৰা গুলীচালনাত অতি কমেও ৯ জন লোকৰ মৃত্যু হয়। চহৰখনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত বেকাৰছডাল নামৰ সোণখনি এলেকাটোৰ এখন বাৰত নিশা প্ৰায় ১ বজাত প্ৰায় ১২ জনীয়া এটা দুৰ্বৃত্তৰ দলে এই আক্ৰমণ চলায়। এই ঘটনাত আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়।...
Read More
বাংলাদেশত পুনৰ গা কৰি উঠিছে ৰাজনৈতিক হিংসাই। এইবাৰ লক্ষ্য কৰি লোৱা হ’ল লক্ষ্মীপুৰৰ এজন স্থানীয় বিএনপি নেতাক। শনিবাৰে পুৱতি নিশা লক্ষ্মীপুৰ সদৰ উপজিলাৰ অন্তৰ্গত বিএনপিৰ সহকাৰী সাংগঠনিক সম্পাদক বিলাল হোছেইনৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। এই মৰ্মান্তিক ঘটনাত হোছেইনৰ তিনিগৰাকী কন্যা সন্তানে কৰুণ মৃত্যুক সাৱটি লয়। প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় ১ বজাত দুৰ্বৃত্তৰ এটা...
Read More
প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী,  আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ – জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসম ভ্ৰমণ কৰিলে বিজেপিৰ এই দুই বিয়াগোম নেতাই । কিন্তু ইয়াৰে কোনো এগৰাকী নেতাই দৰ্শন নকৰিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ কাৰোৰে যেন সময় নহ’ল। কেৱল ৰাজনীতিৰ কথা কৈ, উন্নয়নৰ ফটাঢোল কোবাই অহা বাটে গুচি গ’ল এই...
Read More
পশ্চিম বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাইছে। শেহতীয়াকৈ পশ্চিমবংগত বিশেষ কঠোৰ পুনৰীক্ষণ কৰাৰ সময়ত কৰ্মবোজা অধিক হোৱাৰ বাবে একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। যোৱা ১৮ ডিচেম্বৰত গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত আয়োগে কলকাতা চৌহদৰ বাবে তাৎক্ষণিক আৰু...
Read More
ৰাজ্য ভ্ৰমণৰ দ্বিতীয় দিনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নবনিৰ্মিত ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ক্ষেত্ৰখনত থকা শ্বহীদ গেলাৰী পৰিদৰ্শন কৰে। এই গেলাৰীত ৬ বছৰীয়া বিদেশী বিতাড়ন আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ অৰ্ধাবয়ব মূৰ্তি স্থাপন...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources