ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 19, 2025

Day

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বকতাৰ এনিস্মিতা। সমগ্ৰ দেশৰ লগতে শিৱসাগৰৰ বকতা ১নং কোঁৱৰ গাঁৱলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে৷ নাজিৰাৰ শিমলুগুৰিৰ লগতে বকতা ১নং কোঁৱৰ গাঁৱত  উষ্ম আদৰণি৷ ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইউথ এছিয়ান পেৰা গেমছত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাৰ বকতা ১নং কোঁৱৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এনিস্মিতা কোঁৱৰে৷...
Read More
যোৱা ৮ ডিচেম্বৰৰ নিশা অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। ২০ জনকৈ শ্ৰমিকৰ প্ৰাণ কাঢ়ি নিয়া সেই ট্ৰাকখনৰ স্বত্বাধিকাৰী ভূষণ কুমাৰ যাদৱক আৰক্ষীয়ে বিহাৰৰ চাপৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। মালবাহী গাড়ীত অবৈধভাৱে যাত্ৰী কঢ়িওৱা, অপৰাধমূলক গাফিলতি আৰু মটৰ গাড়ী আইন উলংঘাৰ অভিযোগত যাদৱক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাক লৈ বৰ্তমানলৈকে মুঠ ৩...
Read More
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ২০ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব এক গণসংযোগ যাত্ৰা, যাৰ জৰিয়তে অসমৰ সকলো অঞ্চলত নাগৰিক, অংশীদাৰ আৰু দলীয় কৰ্মীৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হ’ব। এই যাত্ৰা কংগ্ৰেছৰ জনকেন্দ্ৰিক অভিযান ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’-ৰ অংশ। যাৰ উদ্দেশ্য হৈছে ৰাজ্যজুৰি পৰামৰ্শ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে দলৰ ইস্তাহাৰ প্ৰস্তুত কৰা। এই যাত্ৰাৰ...
Read More
নাগালেণ্ডৰ অন্যতম জাকজমকপূর্ণ আৰু চিনাকি সাংস্কৃতিক অনুষ্ঠান হৰ্ণবিল উৎসৱ প্রতি বছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰতে ব্যাপক আনন্দ-‎উৎসাহৰ মাজত উদযাপন কৰা হয়। এই সময়ছোৱাত নাগালেণ্ডৰ ৰাজধানী ক’হিমা সহ সম্পূৰ্ণ ৰাজ্যখন উৎসৱৰ ৰং-ৰঙালী, হৈ-চৈ আৰু কৃষ্টি-‎সংস্কৃতিৰ ধ্বনি মুখৰ হৈ উঠে। ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভণি হোৱা এই দহদিনীয়া উৎসৱ নাগালেণ্ডৰ ‎জনজীৱন, সংহতি, পৰম্পৰা আৰু সাংস্কৃতিক বৈচিত্ৰ্যের এক...
Read More
ডিচেম্বৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত PM SHRI বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজিত তিনিদিনীয়া ‘ইন’ভেশ্যন ডিজাইন এণ্ড এণ্ট্ৰপ্ৰিনিউৰশ্বিপ’ বুটকেম্পৰ সফল সামৰণি ঘটে। অসমৰ শিক্ষা খণ্ডৰ বাবে এই বুটকেম্প এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ১৯০ জনতকৈও অধিক নিষ্ঠাবান শিক্ষক আৰু অধ্যক্ষই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ক কাৰ্যকৰী কৰি...
Read More
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে এক ভাৰসাম্যপূৰ্ণ আৰু সুশৃঙ্খল জীৱনযাপনৰ জৰিয়তে বৃক্কৰ জটিল ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ। বৃহস্পতিবাৰে সঞ্জয় গান্ধী পিজিআইত আয়োজিত ৫৪ সংখ্যক ‘ইণ্ডিয়ান ছচাইটি অফ নেফ্ৰ’লজী’ৰ বাৰ্ষিক সন্মিলনত তেওঁ এই মন্তব্য কৰে। বিশেষকৈ কণ কণ শিশুসকলক বৃক্কৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ এক সুপৰিকল্পিত কৌশল গ্ৰহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে...
Read More
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাওবাদী মুক্ত ভাৰতৰ সপোন এতিয়া পূৰ হোৱাৰ পথত। ছত্তিশগড় চৰকাৰৰ দাবী অনুসৰি, আৰক্ষীৰ হাতত ইতিমধ্যে ৫০০তকৈও অধিক মাওবাদীৰ মৃত্যু হৈছে। এই তালিকাত এতিয়া যোগ হৈছে আন তিনিজনৰ নাম। বৃহস্পতিবাৰে ছত্তিশগড়ৰ সুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত মাওবাদী কেইজনৰ মৃত্যু হয়। নিহত মাওবাদী কেইজনৰ শিৰৰ মূল্য আছিল মুঠ ৭ লাখ টকা।...
Read More
অনলাইন বেটিং আৰু জুৱা এপৰ জৰিয়তে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি বিলাসী জীৱন অতিবাহিত কৰা উত্তৰ প্ৰদেশৰ উন্নাওৰ এজন জনপ্ৰিয় ইউটিউবাৰ এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ জালত পৰিছে। অনুৰাগ দ্বিবেদী নামৰ এই ইউটিউবাৰজনৰ ঘৰত শেহতীয়াকৈ ইডিয়ে তালাচী চলাই তেওঁৰ অবৈধ সাম্ৰাজ্যৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আনিছে। উত্তৰ প্ৰদেশৰ উন্নাওৰ বাসিন্দা অনুৰাগ দ্বিবেদীৰ...
Read More
ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ইউক্ৰেইনৰ সামৰিক আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অহা দুবছৰত ১০৫ বিলিয়ন ডলাৰৰ সুতমুক্ত ঋণ প্ৰদান কৰিবলৈ সন্মত হৈছে। ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্টনিঅ’ কোষ্টাই সংবাদ মাধ্যমৰ আগত এই তথ্য নিশ্চিত কৰে। কূটনীতিবিদসকলৰ উদ্ধৃতিৰে জানিব পৰা মতে শুকুৰবাৰে (১৯ ডিচেম্বৰ) পুৱাই ইউৰোপীয় ইউনিয়নৰ নেতাসকলে ৰাছিয়াৰ জব্দ কৰা সম্পত্তি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ প্ৰতিৰক্ষা খৰচ...
Read More
দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনিৰ ওপৰত আঘাত হানি কেৰালাৰ ডাক বিভাগত এক নজিৰবিহীন ঘটনা সংঘটিত হৈছে। চৰকাৰী কাৰ্যালয়ত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ নামত এক নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শ জাপি দিবলৈ কৰা প্ৰচেষ্টাই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অভিযোগ উঠিছে যে, ডাক বিভাগৰ কৰ্মচাৰীসকলে বৰদিনৰ কাৰ্যসূচীত আৰ এছ এছৰ গীত (গণগীতম) গাবলৈ অস্বীকাৰ কৰাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ অনুষ্ঠানটোৱেই...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources