ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 18, 2025

Day

আই পি এল ২০২৬ নিলামত ১৪ কোটি ২০ লাখ টকাৰ বিড উত্থাপন হোৱাৰ লগে লগে পোহৰত জিলিকি উঠিল এটা নাম— কাৰ্তিক শৰ্মা। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। কিন্তু এই চকু কপালত তুলিব পৰা অংকৰ আঁৰত আছে ভোক, নীৰৱ ত্যাগ আৰু দীঘলীয়া অপেক্ষাৰ এক কঠিন যাত্ৰা। চেন্নাই ছুপাৰ কিংছৰ নতুন তাৰকাগৰাকীৰ কাহিনী কেৱল এক ক্ৰিকেটীয় উত্থান...
Read More
ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক টালি-টোপোলা নিলে এতিয়াৰে পৰা অতিৰিক্ত মাচুল ভৰিব লাগিব। বুধবাৰে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্টকৈ ঘোষণা কৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ জনোৱা মতে, ৰেলৰ নিয়ম অনুসৰি প্ৰতিটো শ্ৰেণীৰ যাত্ৰীৰ বাবে বিনামূলীয়াকৈ সামগ্ৰী কঢ়িওৱাৰ এখন নিৰ্দিষ্ট তালিকা আছে। এই সীমা অতিক্ৰম কৰিলেই অতিৰিক্ত ধন আদায় দিব...
Read More
এখন চিনেমাৰ নতুন গান মুকলি অনুষ্ঠানত হাৰাশাস্তিৰ বলি হৈছে জনপ্ৰিয় অভিনেত্ৰী নিধি আগৰৱাল। এটা ভাইৰেল ভিডিঅ’ত অভিনেত্ৰীগৰাকীক শতাধিক অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে। ভিৰৰ মাজত প্ৰায় অসহায় দেখা গ’ল নিধিক। কালি (বুধবাৰে) হায়দৰাবাদৰ এটা শ্বপিং মলত নিধি-প্ৰভাস অভিনীত চিনেমা ‘দ্য ৰাজা চাব’ ছবিৰ গান মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। নিধি তাত যোগ দিবলৈ গৈছিল। অনুষ্ঠানটো সুচাৰুৰূপে...
Read More
ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ চলা প্ৰস্তুতিৰ মাজতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে। অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰীৰ সভাস্থলী আৰু হেলিপেড তথা পথ নিৰ্মাণৰ নামত প্ৰশাসনে হাপজান অঞ্চলৰ উৰ্বৰ খেতিপথাৰ স্থায়ীভাৱে নষ্ট কৰিছে। ১২.৭ লাখ মেট্ৰিক টনৰ নতুন প্ৰকল্প উল্লেখযোগ্য যে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া...
Read More
মহাৰাষ্ট্ৰৰ এখন সৰু গাঁৱত সংঘটিত এক অস্বাভাৱিক ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ১৫০০ জনীয়া জনসংখ্যাৰ এখন গাঁৱত মাত্ৰ তিনি মাহৰ ভিতৰতে ২৭,০০০ ৰো অধিক জন্মৰ পঞ্জীয়ন হোৱা ঘটনাই এক বৃহৎ চাইবাৰ জালিয়াতি আৰু জন্মৰ প্ৰমাণপত্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে। যৱতমল জিলাৰ অৰ্ণী তহচিলৰ অন্তৰ্গত শেন্দুৰুছানী গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে। ২০২৫...
Read More
২০২১ চনৰ পাছত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। সংসদৰ শীতকালীন অধিৱেশনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা পৰিসংখ্যাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ মন্ত্ৰালয়ে এক লিখিত উত্তৰত জনাইছে যে ২০১১ চনৰ পৰা ২০২১ চনলৈকে প্ৰতি বছৰে গড়ে ১ লাখ ২০ হাজাৰৰ পৰা ১ লাখ ৪৫ হাজাৰৰ...
Read More
গুজৰাটত অৱস্থিত বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি ষ্টেচু অৱ ইউনিটিৰ আৰ্হি প্ৰস্তুত কৰা দেশৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰ আৰু নাই। বুধবাৰে (১৭ ডিচেম্বৰ, ২০২৫) গভীৰ নিশা নয়ডাস্থিত নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। পুত্ৰ অনিল সুতাৰে সংবাদ মাধ্যমক জনোৱা মতে, বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে তেওঁ কিছুদিনৰ পৰা চিকিৎসাধীন...
Read More
ইণ্ডাছইণ্ড বেংকত ২০০০ কোটি টকাৰ অধিক অংকৰ হিচাপ-নিকাচত হোৱা বিসংগতিৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ প্ৰাৰম্ভিক অনুসন্ধানৰ অন্তত এতিয়া কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ গুৰুতৰ জালিয়াতি তদন্ত কাৰ্যালয়ে (SFIO) এই তদন্তৰ দায়িত্ব লৈছে। সূত্ৰ অনুসৰি, এছ এফ আই অ’ই কোম্পানী আইনৰ ২১২ ধাৰাৰ অধীনত এই তদন্তৰ নিৰ্দেশ দিছে। বেংকটোৰ...
Read More
বিশ্বৰ ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আৰু ভৱিষ্যতে বৃহৎ লক্ষ্য নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত ব্ৰাজিলে আনুষ্ঠানিকভাৱে ব্ৰিকছৰ (BRICS) সভাপতিত্ব ভাৰতলৈ হস্তান্তৰ কৰিছে। ২০২৫ চনৰ ১২ ডিচেম্বৰত ব্ৰাজিলিয়াত অনুষ্ঠিত এক বৈঠকত এই নেতৃত্ব হস্তান্তৰৰ আনুষ্ঠানিকতা সম্পন্ন হয়। বৈঠকত ব্ৰাজিলৰ শ্বেৰপা তথা ৰাষ্ট্ৰদূত মৌৰিচিঅ’ লিৰিঅ’ই আমাজনৰ কাঠেৰে নিৰ্মিত প্ৰতীকী কাঠৰ গেভেল (Gavel) ভাৰতৰ শ্বেৰপা ৰাষ্ট্ৰদূত সুধাকৰ ডালেলাক প্ৰদান কৰে।...
Read More
বিশ্বজুৰি গঁড়ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। তথ্য অনুসৰি, ২০২৪ চনলৈকে বিশ্বত ২৮ হাজাৰতকৈও কম গঁড় জীৱিত আছে; যি এসময়ত থকা লাখ লাখ গঁড়ৰ তুলনাত অতি নগণ্য। গঁড়ৰ খৰ্গৰ ক’লা বজাৰত থকা উচ্চ মূল্যৰ বাবেই চোৰাং চিকাৰীয়ে ইহঁতক লক্ষ্য কৰি লয়। এই খৰ্গসমূহ ‘ষ্টেটাছ চিম্বল’ হিচাপে অথবা ভিয়েটনাম আৰু চীনত কোনো বৈজ্ঞানিক ভিত্তি নথকা পৰম্পৰাগত ঔষধ...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources