ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 18, 2025

Day

বিজেপিৰ আমোলত, বিগত ১০|১১ বছৰত, দেশত তিল তিলকৈ গণতন্ত্ৰক হত্যা কৰি অহা হৈছে। এই ধৰণৰ হত্যা কাৰ্য পৰিকল্পিত ভাৱেই কৰা হৈছে আৰু লক্ষ্য হৈছে দেশত ফেছীবাদী শাসন ব্যৱস্থাৰ প্ৰবৰ্তন কৰা। আৰু এই ফেছীবাদ আহিছে দেশৰ ক্ৰোণী কেপিটেলিষ্ট সকলৰ সহায়ক ৰূপে। ফেছীবাদী শাসন প্ৰৱৰ্তন কৰাৰ লক্ষ্য আগত লৈয়েই ক্ৰমাগতভাৱে দেশত গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংগতি থকা অনুষ্ঠান...
Read More
যোৱা ৫ ডিচেম্বৰত বিহাৰৰ নৱাদা জিলাত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি হয় কাপোৰৰ বিক্ৰেতা মহম্মদ আথাৰ হুছেইনে নামৰ এগৰাকী ব্যক্তি। অৱশেষত তেওঁ ১২ ডিচেম্বৰৰ নিশা মৃত্যুক সাৱটি লয়। আৰক্ষীৰ খবৰ অনুসৰি আক্ৰমণকাৰীসকলে তেওঁৰ কাণ আৰু আঙুলিৰ মূৰ কাটি পেলাইছিল আৰু তপত লোৰে তেওঁৰ শৰীৰত আঘাত কৰিছিল। আৰক্ষীৰ ভাষ্য অনুসৰি, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত...
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গৃহ সমষ্টি যোৰহাটত আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত গগৈয়ে কয়, ”মুখ্যমন্ত্ৰীৰ ভয়-ভাবুকিলৈ মই কেয়াৰ নকৰো। তেওঁ এইকেইদিন যি ভাবুকি দিয়ে দি থাকক। ৰাইজেও মুখ্যমন্ত্ৰীৰ কথালৈ এতিয়া কেৰেপ নকৰে।’’ মুখ্যমন্ত্ৰীয়ে কোৱা অপ্ৰয়োজনীয় কথা আৰু ভাবুকিসূচক কথাবোৰ শুনিলে ৰাইজে জুবিন গাৰ্গে কোৱা সেই...
Read More
এটা সময় আছিল যেতিয়া পোহৰত থিয় হোৱাৰ অৰ্থই আছিল প্ৰশ্নৰ সন্মুখীন হোৱা। সেই সময়ত সাহসৰ অৰ্থ আছিল চকুত চকু ৰাখি নিজৰ পৰিচয় ঘোষণা কৰা। সেই যুগৰ কুঁৱলী ফালিয়েই উন্মেষ ঘটিছিল মেহেৰ কেষ্টেলিনোৰ। ৮১ বছৰ বয়সত তেওঁ বিদায় ল’লে— নীৰৱে, প্ৰায় শব্দহীনভাৱে। কিন্তু তেওঁ এৰি থৈ গ’ল এক পোহৰ যিটো নুমাই নাযায়। ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতা আৰু...
Read More
ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই।  অহা ২১ ডিচেম্বৰ ২০২৫ তাৰিখে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মেল সম্বোধন কৰে বড়াই। বড়াই কয় যে,  নামৰূপ কাৰখানাৰ তৃতীয়টো গোটৰ উৎপাদন এতিয়াও বন্ধ হৈ আছে। কিছুদিন আগতে...
Read More
বিৰোধীৰ হুলস্থুলৰ মাজতে বৃহস্পতিবাৰে লোকসভাই ‘বিকশিত ভাৰত – জি ৰাম জি বিধেয়ক, ২০২৫’ত অনুমোদন জনায়। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছত সদনে ধ্বনিভোটত গৃহীত কৰে। দিনৰ ১:০৭ বজাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা ১১ বজালৈ সদন স্থগিত ৰাখে। বুধবাৰে মাজনিশাৰ পিছত ‘নিয়োগ আৰু...
Read More
এই বছৰ আমাৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল। সেই উপলক্ষে ‎সংসদত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ বিতৰ্ক অনুষ্ঠিত হৈছে। উক্ত বিতৰ্কত দেশৰ ‎প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বন্দে মাতৰম আচলতে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি ‎দীঘলীয়া কবিতা যাৰ প্ৰথম কেইশাৰীমান ৰাষ্ট্ৰীয় সংগীত হিচাপে বাচি লোৱা হৈছিল। তেওঁৰ মতে ‎এই কাম কৰা হৈছিল মুছলিম...
Read More
নগাঁও বিদেশী ন্যায়াধিকৰণে ১৫ জন ব্যক্তিক বাংলাদেশী মূলৰ বিদেশী নাগৰিক বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত ভাৰতৰ পৰা বিতাড়নৰ নিৰ্দেশ দিছে। ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে ব্যক্তিকেইজনক বিতাড়নৰ বাবে জিম্মাত লৈছে। ন্যায়াধিকৰণৰ তথ্য অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিক বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে। বিষয়াসকলে কয় যে চিনাক্ত বিদেশীক মাটিয়া ডিটেনচন কেম্পত ভৰ্তি কৰি প্ৰয়োজনীয় আইনী...
Read More
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ পূৰ্বৰ ডেম’ক্ৰেটিক দলৰ প্ৰতি থকা বিদ্বেষৰ বিষয়ে কোনো লুকঢাক ৰখা নাই। এইবাৰ তেওঁ সেই শত্ৰুতাক এক নতুন মাত্ৰালৈ লৈ গৈছে। হোয়াইট হাউছত কিছুমান অগতানুগতিক ফলক (প্লাক) স্থাপন কৰা হৈছে, যিয়ে প্ৰাক্তন নেতাসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দীৰ্ঘদিনীয়া ক্ষোভৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ পূৰ্বে ৰিপাব্লিকান দলৰ ৭৯ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে অ’ভেল অফিচৰ বাহিৰত প্ৰাক্তন...
Read More
গুৱাহাটী: ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত (GCU) ১৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া এক বিশেষ ‘উদ্ভাৱন ডিজাইন আৰু উদ্যমিতা’ (IDE) বুটকেম্প আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ‘পিএম শ্ৰী’ বিদ্যালয়সমূহৰ ১৯০ জনতকৈও অধিক অধ্যক্ষ আৰু শিক্ষকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই বুটকেম্পটো দেশৰ ২৫খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources