ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 16, 2025

Day

আজি অৰ্থাৎ ১৬ ডিচেম্বৰ তাৰিখে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বিশিষ্ট ৰাজনৈতিক অৰ্থনীতিবিদ আৰু সমালোচক ড° পৰকলা প্ৰভাকৰৰ উপস্থিতিত “ভাৰতীয় গণতন্ত্ৰৰ সংকট” শীৰ্ষক এক আকৰ্ষণীয় মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু সচেতন নাগৰিকসকলে অংশগ্ৰহণ কৰে। ‘The Crooked Timber of New India’ গ্ৰন্থখনৰ লেখক ড° প্ৰভাকৰে ভাৰতৰ বৰ্তমানৰ গণতান্ত্ৰিক আৰু সাংবিধানিক ভেটিৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ...
Read More
সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে পি এম এছ আৰ আই( প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া) বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ বাবে তিনিদিনীয়া এ আই চি টি ই উদ্ভাৱন ডিজাইন এণ্ড উদ্যোগীকৰণ (আই ডি ই) বুটকেম্প আয়োজন কৰিবলৈ সাজু হৈছে। ২০২৫ চনৰ ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো এ...
Read More
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ’বিচি বিভাগৰ নতুন অধ্যক্ষ জয়া বৰুৱাই আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি বিদায়ী সভাপতি যুগল বুঢ়াগোহাঁইয়ে নতুন অধ্যক্ষ জয়া বৰুৱাক দায়িত্বভাৰ অৰ্পণ কৰে। এই অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ অধ্যক্ষ ৰিপুন বৰা, জ্যেষ্ঠ উপ-সভাপতি মেহদী আলম বৰাো উপস্থিত থাকে।...
Read More
প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হয়। কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশ মৰ্মে অভিযুক্তসকলক ইতিমধ্যে অভিযোগনামাৰ প্রতিলিপি প্ৰদান কৰা হৈছে। জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা অভিযুক্তৰ পক্ষত নিযুক্তি দিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসে শুনানিৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।...
Read More
মিনি নিলামৰ পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছিল জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবী দাৰে। চলিত ঘৰুৱা ছিজনত তেওঁৰ ফৰ্ম আছিল অতি উত্তম। মুম্বাই ইণ্ডিয়ানছৰ ট্ৰাইলত দেখা গৈছিল ২৮ বছৰীয়া বেগী বলাৰগৰাকীক। অৱশেষত তেওঁক দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰে। নিলামত অল ৰাউণ্ডাৰ প্ৰশান্ত বীৰেও চকু কপালত তুলিলে। চি এছ কেয়ে তেওঁক বিপুল পৰিমাণে কিনিলে। কাশ্মীৰী...
Read More
চাকৰি বিচাৰি থকা অসমৰ যুৱক-যুৱতীসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে মুঠ ২৩৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এই পদসমূহ পূৰণৰ বাবে শীঘ্ৰেই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ‘ব। বিজ্ঞাপনটো ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব‘ৰ্ড (SLPRB)ৰ প‘ৰ্টেলত উপলব্ধ কৰা হৈছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে উক্ত প‘ৰ্টেললৈ গৈ তেওঁলোকৰ পছন্দৰ পদৰ বাবে...
Read More
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ২০২১ চনত হোৱা এক ঘটনাক কেন্দ্ৰ কৰি তেওঁ সংস্থাটোৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছে। সোমবাৰে মিয়ামিৰ ফেডাৰেল আদালতত ট্ৰাম্পে দাখিল কৰা এই গোচৰটোত অভিযোগ কৰা হৈছে যে ২০২১ চনৰ ৬ ডিচেম্বৰত কেপিটেল হিলত সংঘটিত আক্ৰমণত বিবিচি-য়ে ট্ৰাম্পক দোষী বুলি...
Read More
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (MGNREGA)-ৰ বিগত পাঁচ বছৰৰ পৰিসংখ্যাই আঁচনিখনৰ গুৰুতৰ ব্যৰ্থতা স্পষ্ট কৰি তুলিছে। দেশৰ এখনো ৰাজ্যই এই সময়ছোৱাত গড়ে ১০০ দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা নাই। বহু ৰাজ্যই শ্ৰমিকসকলক ৫০ দিনৰো কম কাম দিয়াত ব্যৰ্থ হৈছে। ২০২৪–২৫ বিত্তীয় বৰ্ষত গোৱাত শ্ৰমিকসকলে গড়ে মাত্ৰ প্ৰায় ২৫ দিনৰ কৰ্মসংস্থাপন লাভ কৰিছে। পুডুচেৰী,...
Read More
সামান্য বিবাদত তেওঁক আৰক্ষীয়ে আটক কৰি ৰাখিছিল। পিছত আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়ে। সেই ঘটনাৰ পিছত উত্তৰ প্ৰদেশৰ বিজেপি নেতা প্ৰীতম সিং কিষাণ আৰক্ষীক শিক্ষা দিবলৈ নিৰুদ্দেশ হৈ পৰিছিল। একেৰাহে ৫৫ দিন নিৰুদ্দেশ হৈ থকাৰ পিছত আৰক্ষীয়ে প্ৰীতমক নিজ ঘৰৰ পৰা উদ্ধাৰ কৰে। ইমানদিন ধৰি আৰক্ষীৰ সৈতে ‘ধেমালি’ কৰাৰ অপৰাধত অৱশেষত ৰঙা ঘৰেই ঠিকনা হ’ল...
Read More
পৃথক কামতাপুৰ ৰাজ্য গঠন, কোচ–ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, আৰু কেএলঅ নেতৃত্বৰ সৈতে শান্তি আলোচনাৰ দাবীত মঙলবাৰে গোসাইগাঁও আৰু কোকৰাঝাৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কামতাপুৰ ৰাজ্য দাবী কমিটি আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (AKRSU)-ৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোসাইগাঁৱত অনিৰ্দিষ্টকালীন ৰে’ল পথ অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল যদিও আৰক্ষীয়ে...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources