ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 14, 2025

Day

চাৰি দশক ধৰি বাওঁপন্থীৰ দুৰ্গ হিচাপে থকা তিৰুৱনন্তপুৰম পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে এই ঘটনাক কেৰালাৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ ইংগিত হিচাপে গণ্য কৰিছে। এই দুৰ্গ দখলৰ পিছতেই তিৰুৱনন্তপুৰম বিধানসভাত কোনে বহিব, সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। এই তালিকাত প্ৰথম স্থানত আছে কেৰালাৰ প্ৰথমগৰাকী মহিলা আই পি...
Read More
জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত SIT-ৰ চাৰ্জশ্বীটত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। চাৰ্জশ্বীট অনুসৰি, জুবিন গাৰ্গক সাগৰৰ পাৰত প্ৰায় ৭৫ মিনিট ধৰি কোনো চিকিৎসা সেৱা নোহোৱাকৈ ৰখা হৈছিল। তেওঁ সাগৰত ডুব যোৱাৰ পিছতো ডেৰ ঘণ্টাৰ পিছতহে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ঘটনাৰ বিষয়ে কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো চিকিৎসা সাহায্য আগবঢ়োৱা হোৱা...
Read More
আজিও এই দেশৰ ৰাজহুৱা পৰিবহণত অকলে যাত্ৰা কৰাটো এগৰাকী যুৱতীৰ বাবে পুনৰ চিন্তনীয় বিষয় হৈ পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত এক ঘটনাই মহিলাৰ নিৰাপত্তা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। বিহাৰৰ এগৰাকী যুৱতীয়ে জনোৱা মতে, কেনেকৈ একেলগে ৰে’লত উঠা বহু সংখ্যক পুৰুষৰ ভিৰৰ মাজত তেওঁ ভয় খাই শৌচাগাৰত লুকাই থাকিবলগীয়া হৈছিল। পিছত আৰ পি এফৰ সহায়ত তেওঁ...
Read More
প্ৰতিৱেশী কম্বোডিয়াৰ ওপৰত থাইলেণ্ডে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে। দেশখনে জনাইছে যে তেওঁলোকে ‘নিজৰ ভূখণ্ড পুনৰুদ্ধাৰৰ বাবে’ এই আক্ৰমণ চলাইছে। দুয়োখন প্ৰতিৱেশী দেশৰ মাজত চলি থকা এই ৰক্তক্ষয়ী সংঘাত বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি অন্যান্য মধ্যস্থতাকাৰীসকলে চেষ্টা চলাইছে। কিন্তু সেইসমূহক গুৰুত্ব নিদি তেওঁলোকে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। দেওবাৰ পৰ্যন্ত দুয়োখন দেশৰ সেনাৰ মাজত সীমাত সংঘৰ্ষ...
Read More
যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা অভিযুক্তগৰাকীয়ে জামিন লাভ কৰি পলায়ন কৰাই নহয়, সাধুৰ বেশত এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ ঘূৰি ফুৰি আৰক্ষীৰ চকুত ধূলি দি ৩৭ বছৰ কটালে। অৱশেষত উত্তৰ প্ৰদেশৰ এচিড আক্ৰমণৰ গোচৰৰ অভিযুক্ত ৰাজেশ ওৰফে ৰাজু মধ্যপ্ৰদেশৰ এক ধৰ্মীয় স্থানৰ পৰা আৰক্ষীৰ জালত ধৰা পৰিল। ১৯৮৬ চনৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ...
Read More
জন চিনাই তেওঁৰ WWE অধ্যায়ৰ অন্ত পেলালে। প্ৰায় দুটা দশক ধৰি তেওঁ WWEৰ অন্যতম চিনাকি মুখ আছিল। চিনাই WWE ৰ বিশ্বব্যাপী দৰ্শক বৃদ্ধি আৰু কম বয়সীয়া অনুৰাগীক আকৰ্ষণ কৰাত সহায় কৰিছিল। চিনাৰ কেৰিয়াৰ বহু শক্তি আৰু কিছু সমালোচনাৰে ভৰা আছিল। তেওঁ সংবাদ মাধ্যম, দাতব্য কৰ্ম, আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত WWEক প্ৰতিনিধিত্ব কৰিছিল। চিনেমা আৰু টেলিভিছনৰ জৰিয়তে...
Read More
অভিনেতা অৰ্জুন ৰামপালে ৰিয়া চক্ৰৱৰ্তীৰ প’ডকাষ্টত নিজৰ দীৰ্ঘদিনীয়া সংগী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ সৈতে তেওঁৰ বাগদান নিশ্চিত কৰিছে। এই ডাঙৰ ঘোষণাটো  প’ডকাষ্টত তেওঁলোকৰ বিবাহৰ বিষয়ে আলোচনা কৰাৰ সময়ত কৰা হয়। কোনো ডাঙৰ অনুষ্ঠান বা জকজমকতা অবিহনে কৰা বাগদানৰ খবৰে তৎক্ষণাত ইণ্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। ২০১৮ চনৰ পৰা একেলগে থকা ৰামপাল আৰু ডেমেট্ৰিয়াডেছে দুটা সন্তানৰ সৈতে এক...
Read More
আমেৰিকাৰ শিক্ষানুষ্ঠানত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। ব্ৰাউন বিশ্ববিদ্যালয়ত পৰীক্ষাৰ সময়ত নিৰ্বিচাৰ গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। ক’লা পোছাক পৰিহিত বন্দুকধাৰীৰ গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে ৮জন গুৰুতৰভাৱে আহত হয়। বৰ্তমান বন্দুকধাৰীজন পলাতক। তেওঁৰ সন্ধানত অভিযান চলি আছে। জানিব পৰা মতে, স্থানীয় সময় অনুসৰি শনিবাৰে বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক আৰু পদাৰ্থ বিজ্ঞানৰ ভৱনত এজন বন্দুকধাৰীয়ে প্ৰৱেশ কৰি গুলীচালনা...
Read More
বাছাৰ আল আছাদ চৰকাৰৰ পতনৰ পিছত ছিৰিয়াত ইছলামিক ষ্টেটে (Islamic State, IS) পুনৰ মূৰ দাঙিছে। সন্ত্ৰাসবাদী সংগঠনটোৱে মধ্য ছিৰিয়াত আমেৰিকাৰ সৈন্যৰ ওপৰত এক তীব্ৰ আক্ৰমণ চলাইছিল। এই গুলীচালনাত দুজন আমেৰিকান সৈনিক আৰু এজন আমেৰিকান নাগৰিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। শনিবাৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এই আক্ৰমণৰ কথা ৰাজহুৱা কৰে। পেন্টাগনৰ মুখপাত্ৰ শ্বেন পাৰ্নেলে জনোৱা অনুসৰি,...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources