ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 13, 2025

Day

গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৫: ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু দায়িত্বশীল শক্তি ব্যৱস্থাপনৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি বেদান্ত গ্ৰুপৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে বিত্তীয় বৰ্ষ ২০২৫ৰ বাবে নিজৰ বহনক্ষমতা প্ৰতিবেদন ‘Inspiring Actions, Fostering Impact’ প্ৰকাশ কৰিছে। প্ৰতিবেদনত কেইৰ্ণৰ অৰ্থপূৰ্ণ কাৰ্য বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপ সুদৃঢ়ভাৱে প্ৰতিফলিত...
Read More
অনলি ফেনছৰ মোহময়ী চেলিব্ৰেটি আয়েলাই বিচাৰিছে দৰা। শেহতীয়াকৈ তেওঁ ছাবষ্টেকত ঘোষণা কৰিছে যে যদি কোনোবাই তেওঁৰ বাবে এজন উপযুক্ত দৰা বাচনি কৰি দিব পাৰে তেন্তে দৰা বাচনি কৰি দিয়াজনক আয়েলাই ৮৯ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব। এই ঘোষণাই সমগ্ৰ ইণ্টাৰনেটৰ দুনীয়াত এতিয়া তোলপাৰ লগাইছে। ৩৩ বছৰীয়া আয়েলা ছান ফ্ৰান্সিস্ক’ৰ বে এৰিয়াত থাকে। তেওঁ স্বীকাৰ...
Read More
কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MGNREGA)-ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। এই আঁচনিখনৰ নাম সলনি কৰি “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা” কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সংস্কাৰৰ অংশ হিচাপে গ্ৰাম্য পৰিয়ালৰ বাবে নিশ্চিত কৰ্মদিনৰ সংখ্যা বছৰি ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হ’ব পাৰে। প্ৰকাশিত তথ্য অনুসৰি, কেন্দ্ৰীয় কেবিনেটে “পূজ্য...
Read More
ইৰাণৰ নিৰাপত্তা বাহিনীয়ে নোবেল বঁটা বিজয়ী আৰু মহিলা অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীক গ্ৰেপ্তাৰ কৰাৰ কথা তেওঁৰ ফাউণ্ডেচনে প্ৰকাশ কৰিছে। নাৰ্গেছ ফাউণ্ডেচনে জনোৱা অনুসৰি, ৫৩ বছৰীয়া মহম্মদীক অন্যান্য কৰ্মীসকলৰ সৈতে পূবৰ মাছহাদ চহৰত আটক কৰি ৰখা হৈছে। নোবেল কমিটীয়ে এই ঘটনাই তেওঁলোকক গভীৰভাৱে উদ্বিগ্ন কৰি তুলিছে বুলি মন্তব্য কৰিছে আৰু কৰ্তৃপক্ষক “মহম্মদীৰ অৱস্থান তৎক্ষণাত স্পষ্ট কৰিবলৈ,...
Read More
গুৱাহাটীৰ দাঁতিকাষৰীয়া মনোমোহা জলাহভূমি দীপৰ বিলৰ বহু শতিকা পুৰণি গছবোৰ এতিয়া নোহোৱা হোৱাৰ পথত। জানিব পৰা মতে, প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ওখ ৰে’লৱে দলং নিৰ্মাণৰ বাবে বিলৰ কাষত থকা এশৰো অধিক গছ চিহ্নিত কৰা হৈছে। প্ৰতিদিনে বিভিন্ন লোকে দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। এই গছবোৰেই তেওঁলোক আকৰ্ষণ কৰে।  এই গছবোৰ দীপৰ বিলৰ...
Read More
কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চ শিক্ষাৰ বিভিন্ন বিভাগক এইবাৰ এটা কৰ্তৃপক্ষৰ অধীনলৈ আনিব বিচাৰিছে। সেই উদ্দেশ্যে ‘বিকশিত ভাৰত শিক্ষা কৰ্তৃপক্ষ বিধেয়ক’ মন্ত্ৰীসভাত গৃহীত হয়। শীতকালীন অধিৱেশনতে সংসদত দাখিল কৰিব পাৰে বিধেয়কখন। কেন্দ্ৰই অধিৱেশনৰ অন্তিম দিনা হায়াৰ এডুকেশ্যন কমিছন অফ ইণ্ডিয়া ২০২৫ (এইচ ই চি আই) বিধেয়কখন দাখিল কৰাৰ পৰিকল্পনা কৰিছে। মূলতঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত জটিলতা...
Read More
গুৱাহাটীস্থিত উত্তৰ পূৱ ভাৰতৰ অন্যতম দ্বি-ভাষিক স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান নৰ্থইষ্ট নাও-এ অহা ১৫ ডিচেম্বৰত অষ্টম বৰ্ষত ভৰি দিব। ২০১৭ চনৰ ১৫ ডিচেম্বৰত প্ৰতিষ্ঠা লাভ কৰা নৰ্থইষ্ট নাও-এ যোৱা সাতটা বছৰে ইংৰাজী আৰু অসমীয়া ভাষাত নিৰ্ভীক, তথ্যপূৰ্ণ বাতৰি পৰিৱেশন কৰি নিজস্ব পৰিচয় গঢ়ি তুলিছে। বিগত সাতটা বৰ্ষত স্বতন্ত্ৰ সংবাদ মাধ্যম হিচাপে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে...
Read More
অপেক্ষাৰ অৱসান। শুক্ৰবাৰে পুৱতি নিশা কলিকতা মহানগৰীত ভৰি থলে ফুটবলৰ যাদুকৰ লিওনেল মেছিয়ে। প্রায় শেষ নিশা মেছিক আদৰিবলৈ বিমানবন্দৰত হাজিৰ হয় অসংখ্য ফুটবল অনুৰাগী। আচলতে, মেছিৰ কলকাতা আহি পোৱাৰ কথা আছিল ডেৰ বজাত, কিন্তু নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ তেওঁৰ বিমান নিশা ২ বাজি ২৬ মিনিটত কলকাতাত অৱতৰণ কৰে। মেছিৰ আগমনক লৈ উৎসাহিত অনুৰাগীসকলে আগৰে পৰা...
Read More
মহিলাগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। তেওঁৰ একাউণ্টত অহা টকাবোৰো সন্দেহজনক। মহিলাগৰাকীয়ে ব্যাখ্যা দিব পৰা নাই যে কিয় তেওঁৰ বেংক একাউণ্টত বৃহৎ পৰিমাণৰ ধন আহিছে। এই অভিযোগত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শোণিতপুৰ জিলাৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত মহিলাগৰাকীৰ নাম জ্যোতিকা কলিতা। তেজপুৰৰ বাসিন্দা মহিলাগৰাকীয়ে ডুবাইত পাকিস্তানী নাগৰিকক গোপনে বিয়া কৰাইছিল বুলিও...
Read More
ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাজ্যৰ চাৰিগৰাকী খেলুৱৈক তাৎক্ষণিকভাবে নিলম্বন কৰিছে অসম ক্ৰিকেট সন্থা (ACA)-এ।  শুকুৰবাৰে নিলম্বন কৰা এই চাৰিজন খেলুৱৈ হৈছে— অমিত সিনহা, ইশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী। ক্ৰীড়াৰ সৈতে জড়িত দুৰ্নীতিমূলক কামত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এইসকল খেলুৱৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। ক্ৰিকেট সংন্থাৰ মতে,...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources