ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 11, 2025

Day

থাইলেণ্ডলৈ পলাই গৈও কোনো লাভ নহ’ল। গোৱাৰ আৰপোৰাৰ অভিশপ্ত নাইটক্লাব ‘বার্চ বাই ৰোমিঅ’ লেন’-ৰ দুই মুখ্য স্বত্বাধিকাৰী সৌৰভ আৰু গৌৰৱ লুথৰাক থাই আৰক্ষীয়ে আটক কৰিছে। সেই সম্পৰ্কীয় ফটোও পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে থাইলেণ্ডৰ আৰক্ষীয়ে দুই ভাতৃৰ হাত বান্ধি ৰাখিছে আৰু লগতে তেওঁলোকৰ সৈতে পাছপৰ্টো ধৰি ৰখা হৈছে। বুধবাৰে দিল্লীৰ লাজপতনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ...
Read More
শেহতীয়াকৈ প্ৰকাশ পোৱা এদিনীয়াৰ আই চি চি (ICC) বেটিং ৰেংকিংৰ তালিকাত বিৰাট কোহলীয়ে এক উছাহজনক উত্থান দেখুৱাইছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত তেওঁ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। এই শৃংখলাত কোহলীয়ে ৩০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দি চিৰিজ লাভ কৰে। তেওঁৰ এই উত্থানৰ ফলত তেওঁ এতিয়া বিৰাট কেৱল ৮ পইন্ট...
Read More
গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এক বৃহৎ চাইবাৰ জালিয়াতিৰ গোচৰত আইচিআইচিআই বেংক আৰু ভোডাফোন-আইডিয়াক তথ্য প্ৰযুক্তি আইনৰ অধীনত কঠোৰ শাস্তি বিহা হৈছে। চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত এইটো প্ৰকাশ পাইছে যে আহমেদাবাদত ভোডাফোন-আইডিয়াৰ ছিম শ্ব‘প (SIM Swap) জালিয়াতিৰ এক বিশাল চক্ৰ পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে কমেও ২০টা এনে প্ৰৱঞ্চনা সংঘটিত হৈছিল, তথাপিও কোম্পানীটোৱে এই সন্দৰ্ভত কোনো ব্যৱস্থা...
Read More
যোৰহাট জিলাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ম‘হবন্ধা চাহ বাগিচাত এগৰাকী বৃদ্ধা মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ভুক্তভোগী মহিলাগৰাকীৰ পৰিচয় কুণ্টি তাতী বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰ অনুসৰি, অভিযুক্তই মহিলাগৰাকীক হত্যা কৰি তাত পেলাই থৈ যায়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ঘাতকৰ এটা টুপি, অন্যান্য ব্যক্তিগত সামগ্ৰী আৰু এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। দুলীয়াজান আৰক্ষী...
Read More
ম্যানমাৰৰ পশ্চিম ৰাখাইন ৰাজ্যৰ ম্ৰাউক ইউৰ এখন চিকিৎসালয়ত সামৰিক বিমান আক্ৰমণত ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, চিকিৎসালয়ত হোৱা বোমা বিস্ফোৰণত কমেও ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬৮ জন আহত হৈছে, আৰু মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিশা চিকিৎসালয়ৰ বাহিৰত বহু মৃতদেহ পৰি থকা দেখা...
Read More
কিছুদিন পূৰ্বে দলিতেৰন্ধা খাদ্য খাইছিল ৰাজ্যৰ এগৰাকী মন্ত্ৰীয়ে। কিন্তু সাধাৰণ মানুহে সেই দলিতৰ হাতেৰে খাদ্য খাই ৰোষৰ বলি হ’ল সমাজৰ। দলিত পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ বাবে এগৰাকী আৰএছএছ কৰ্মী আৰু তেওঁৰ পৰিয়ালক সমাজৰ পৰা বৰ্জন কৰা হ’ল। ঘটনাটো সংঘটিত হৈছে বিজেপি শাসিত ৰাজ্যত। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো মধ্যপ্ৰদেশৰ ৰাইসেন জিলাৰ এখন গাঁৱত...
Read More
শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বৰষুণৰ ধুমুহাসমূহ অধিক শক্তিশালী হৈ পৰিছে। ইয়াৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত এছিয়াৰ কেইবাখনো দেশত ১৬০০ তকৈও অধিক লোকৰ মৃত্যু হয়। এই অধ্যয়নত বিশেষকৈ মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু শ্ৰীলংকাৰ দৰে দেশত আঘাত হনা চেনিয়াৰ আৰু ডিটৱাহ নামৰ দুটা ডাঙৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ...
Read More
গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ...
Read More
মহিলাসকলৰ প্ৰতি কৰা অশালীন আৰু অপমানজনক মন্তব্যৰ অভিযোগত তথাকথিত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে আদালতে গোচৰ গ্ৰহণ কৰিছে। এই অভিযোগ দাখিল কৰিছিল সৰ্বভাৰতীয় হিন্দু মহাসভাৰ আগ্ৰা জিলাৰ সভাপতি মীৰা ৰাঠোৰে। তেওঁ দাখিল কৰা অভিযোগ পত্ৰখন মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে গ্ৰহণ কৰিছে। অহা ১ জানুৱাৰীত আদালতে মীৰা ৰাঠোৰৰ সাক্ষ্য গ্ৰহণ কৰিব আদালতে। যোৱা অক্টোবৰ মাহত ছ’চিয়েল মিডিয়াত...
Read More
বুধবাৰে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিমবংগৰ কুখ্যাতসন্দেশখালি কাণ্ডৰ মূল অভিযুক্ত শেখ শ্বাহজাহানৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ আদালতলৈ গৈ থকা অৱস্থাত ঘটনাৰঅন্যতম সাক্ষী ভোলানাথ ঘোষৰ বাহনখনক এখন ট্ৰাকে মহতিয়াই নিয়ে। বাসন্তী হাইৱে’ত সংঘটিত এই ভয়াৱহ ঘটনাত ভোলানাথ ঘোষ আঘাতপ্ৰাপ্ত হয়, আনহাতে তেওঁৰ কনিষ্ঠ পুত্ৰ আৰু চালকজন থিতাতে নিহত হয়। সাধাৰণতে...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources