ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 9, 2025

Day

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাঙাত নিৰ্মাণ হ’বলগীয়া ‘বাবৰি মছজিদ‘ৰ বাবে মুছলমান সম্প্ৰদায়ে মুকলি কৰা পুঁজি সংগ্ৰহৰ কাৰ্যসূচীত অভূতপূৰ্ব সহাঁৰি দেখিবলৈ পোৱা গৈছে। মছজিদৰ আধাৰশিলা স্থাপনৰ পিছতে অনুদানৰ বাবে ধন আগবঢ়াবলৈ ধৰিছে বিভিন্নজন লোকে। যাৰ ফলত  মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংগ্ৰহ হৈছে ৩ কোটিৰো অধিক ধন। জানিব পৰা মতে সোমবাৰে সন্ধিয়ালৈকে অনলাইন UPI যোগে ২.৪৭ কোটিৰো...
Read More
মেঘালয়ৰ ৰি-ভই জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূর্ণ অৰণ্যাসংলগ্ন ছিণ্টৰ বুলিয়া গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ছিণ্টৰ ফেষ্টিভেল ২০২৫’। অহা ১১ৰ পৰা ১৩ ডিচেম্বৰলৈ চলিবলগীয়া এই তিনিদিনীয়া উৎসৱত সংগীত, কলা, খেল, পৰ্যটন, পৰিৱেশ সংৰক্ষণ আৰু গ্রামীণ উদ্যমিতাৰ এক অপূৰ্ব সমাহাৰ দেখা পোৱাৰ আশা কৰা হৈছে। ৰংজেং ৱেলফেয়াৰ ফাউণ্ডেশ্যনে আয়োজন কৰা উৎসৱৰ মুখ্য কেন্দ্ৰস্থল হ’ব উমচিয়াং আৰু উমচা...
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বৃহৎ পৰিসৰত চলি থকা মাছ ধৰা কাৰ্যকলাপ ৰোধ কৰাৰ বাবে নিষেধাজ্ঞামূলক আদেশ কঠোৰভাৱে বলবৎ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। বিশেষকৈ জানুৱাৰী মাহৰ মাঘ বিহুৰ সময়ত এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সোমবাৰে বোকাখাতৰ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এক জনস্বাৰ্থ...
Read More
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এতিয়া সংসদৰ ভিতৰৰ পৰা কেন্দ্ৰীয় মোদী চৰকাৰ আৰু নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈছে। ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰি তেওঁ সোচ্চাৰ হৈ কৈছে, “ভোট ৰিগিংতকৈ ডাঙৰ দেশদ্ৰোহ নাই।” বিৰোধীৰ দাবী আৰু প্ৰতিবাদৰ ফলত চৰকাৰে সংসদত SIR সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হোৱাৰ পাছতে ৰাহুলে এই মন্তব্য কৰে। আলোচনাৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে নিৰ্বাচন...
Read More
দেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত দৈনিক লাখ লাখ বাহনে যাত্ৰা কৰে আৰু চালকসকলে প্ৰায় ১০৬৫টা টোল প্লাজাত টোল কৰ দিবলগীয়া হয়। কিন্তু বহু লোকেই নাজানে যে যদি তেওঁলোকৰ ঘৰ কোনো টোল প্লাজাৰ পৰা ২০ কিলোমিটাৰৰ ভিতৰত থাকে, তেন্তে তেওঁলোকে কোনো টোল নিদিয়াকৈ যাত্ৰা কৰিব পাৰিব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)-এ স্থানীয় বাসিন্দাসকলৰ দৈনন্দিন যাত্ৰাৰ খৰচ কমোৱাৰ বাবে...
Read More
য‘ৰ পৰা শেষ হৈছিল তাৰ পৰাই আৰম্ভ হৈছিল। এফ চি গোৱাই পূৰ্বৰ ছিজনত কলিংগা ছুপাৰ কাপ জয় কৰি সংস্কৰণটোৰ অন্ত পেলাইছিল। সেই জয়ত অনুৰাগীসকল যথেষ্ট সুখী হৈছিল। এই সৰ্বভাৰতীয় খিতাপ জয় কৰাৰ বাবে গোৱাই এইবাৰ এ এফ চি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰে। এই ফুটবল ক্লাবটোৱে প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে বহু আগতেই প্ৰস্তুতি...
Read More
ডিমা হাছাওৰ উমৰাংছুত অনুষ্ঠিত হ’বলগীয়া ১১ সংখ্যক ফেলকন ফেষ্টিভেলত এইবাৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰা আৰু শিল্পা ৰাওৱে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। ১২ আৰু ১৩ ডিচেম্বৰত এই দুই শিল্পীৰ সংগীতেৰে জীপাল কৰি তুলিব উমৰাংচ’ৰ গ’ল্ফ ক’ৰ্টত আয়োজিত উৎসৱস্থলী। উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ লগতে দেশী-বিদেশী চৰাইৰ আগমনে পৰিৱেশটো বিনন্দীয়া কৰি...
Read More
অসমত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) নকৰাকৈ কেৱল ‘বিশেষ সংশোধন’ কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে সঁহাৰি বিচাৰিছে। এই আবেদনত অসমত প্ৰায় ৪০ৰ পৰা ৫০ লাখ লোকৰ উপস্থিতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো এই...
Read More
বিমান সংস্থা ইণ্ডিগোৰ বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাটো আকস্মিক ঘটনা নহয় বুলি প্ৰকাশ কৰিছে পাইলট সন্থাই। ই বছৰ বছৰ ধৰি চলি থকা গুৰুতৰ সমস্যাৰ ফল। সমগ্ৰ দেশতে ইণ্ডিগোৰ বিমান পৰিবহণত যি বিপৰ্যয় হৈছে সেয়া সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰিছে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটছৰ সভাপতি চি এছ ৰান্ধৱাই। ৰান্ধাৱাই অভিযোগ কৰে যে বিমান সংস্থাটোৱে...
Read More
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ সংগীত আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় অৱদানৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হৈছে। একেটা অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীকো ডি.লিট. সন্মানেৰে সন্মানিত কৰা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অধ্যাপক গোস্বামীক শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ডি.লিট. প্ৰদান...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources