ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 8, 2025

Day

দীৰ্ঘদিন ধৰি ভাৰতৰ সংসদীয় গণতন্ত্ৰত এটা অভিযোগ প্ৰচাৰ হৈ আহিছে। দলীয় হুইপৰ হেঁচাত নিৰ্বাচিত সাংসদসকলে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে, কোনো বিধেয়ক বা প্ৰস্তাৱৰ যুক্তিত মুক্তভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে, আনকি ভোটদানৰ সময়ত ব্যক্তিগত বিবেক বা জনমত প্ৰকাশ কৰাৰ সুযোগো দিয়া নহয়। ‘দলীয় দাসত্ব’ৰ এই পৰম্পৰা ভাঙিবলৈ পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ নতুন প্ৰচেষ্টা।...
Read More
বিমান বিপৰ্যয়ৰ মাজতে যাত্ৰীসকলক ভাড়া ঘূৰাই নিদিয়াৰ অভিযোগৰ সন্মুখীন হৈছিল ইণ্ডিগ’। এনে পৰিস্থিতিত শনিবাৰে কেন্দ্ৰই এক নিৰ্দেশ জাৰি কৰে। ইয়াত কোৱা হৈছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত যাত্ৰীসকলক ধন ঘূৰাই দিব লাগে। সেই নিৰ্দেশ মানি চলিলে বিমান সংস্থাটোৱে। ছয় দিনৰ বিশৃংখলতাৰ অন্তত দেওবাৰে ইণ্ডিগ’ই যাত্ৰীসকলৰ টিকটৰ বাবদ ৬১০ কোটি টকা ঘূৰাই দিয়ে। ইয়াৰ লগতে...
Read More
দেওবাৰে কৰ্তৃপক্ষই জনোৱা মতে, গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ২৫ জন লোকৰ আটাইকেইজনক চিনাক্ত কৰা হৈছে। ঘটনাৰ বলি হোৱা সকলৰ ভিতৰত ২০ জন কৰ্মচাৰী আৰু ৫ গৰাকী পৰ্যটক আছে। দেওবাৰে পুৱাই আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত সংঘটিত হয় এই অগ্নিকাণ্ড। মৃত্যু হোৱা পাঁচজন পৰ্যটকৰ ভিতৰত চাৰিজন দিল্লীৰ, য’ত এটা পৰিয়ালৰ তিনিজন সদস্য...
Read More
চাহ খোৱা আৰু আঁঠুৰ বিষৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও শীতকালত পানী কমকৈ খোৱা আৰু সঘনাই চাহ-কফি খালে সমস্যা বৃদ্ধি পাব পাৰে বুলি মত দিছে চিকিৎসকসকলে। তেওঁলোকৰ মতে চাহ নিজেই ক্ষতিকাৰক নহয়। কিন্তু শৰীৰত যদি পানীৰ অভাৱ থাকে আৰু তাত অতিৰিক্ত কেফেইন যুক্ত হয় তেন্তে আঁঠুৰ বিষ বাঢ়িব পাৰে, বিশেষকৈ যিসকলৰ ইতিমধ্যে বাতবিষ আছে।...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources