ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 6, 2025

Day

কৰ্ম ব্যস্ততাৰ মাজতে মানুহে যেতিয়া ছুটি লৈ কোনো ঠাইত ফুৰিবলৈ যায় বা পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটাব বিচাৰে, তেনে সময়তো বহু কৰ্মচাৰীলৈ কাৰ্যালয়ৰ পৰা ফোন আহে বা জৰুৰী কাম কৰিবলৈ ই-মেইল পঠিওৱা হয়। কৰ্মচাৰী সকলে প্ৰায়ে এনে পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। এইধৰণৰ মানসিক চাপ আৰু কৰ্মচাপৰ পৰা কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এজন বিৰোধী...
Read More
কংগ্ৰেছ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভূমিকা আৰু আদৰ্শ ধ্বংস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ দিল্লীৰ জৱাহৰ ভৱনত নেহৰু চেণ্টাৰ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ তেওঁ এই অভিযোগ উত্থাপন কৰে। ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে স্বাধীনতা সংগ্ৰামত নেহৰুৰ ভূমিকা আৰু আধুনিক...
Read More
বিশ্বৰ যিকোনো দেশৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিব পাৰে আৰু এই ক্ষেত্ৰত নতুন দিল্লীৰ কৌশলগত স্বাধীনতা আছে। আমেৰিকা বা আন কোনো দেশে ইয়াক ৰোধ কৰিব নোৱাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ পিছতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই স্পষ্ট বাৰ্তা প্ৰদান কৰে। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পুটিন ভাৰতত উপস্থিত হয় আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...
Read More
ইণ্ডিগোৰ অচলাৱস্থা পঞ্চম দিনলৈ অব্যাহত আছে। শনিবাৰে সমগ্ৰ দেশতে বহুকেইখন বিমান বাতিল কৰা হয়। একেৰাহে চাৰিদিন ধৰি চলি থকা বিশৃংখলতাৰ মাজতে কেৱল শুকুৰবাৰেই হাজাৰৰো অধিক বিমান বাতিল কৰা হয়। সেইদৰে, বৃহস্পতিবাৰে ৫৫০ৰো অধিক বিমান বাতিল কৰা হৈছিল। ফলত যাত্ৰীসকলৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হৈছে। ইপিনে, দিল্লী বিমানবন্দৰে ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ দাবী কৰিছে। শনিবাৰে...
Read More
বৰদিন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আনন্দত মতলীয়া হৈছিল। কিন্তু হঠাৎ এক বিপৰ্যয় ঘটিল। দ্ৰুত গতিৰে অহা এখন গাড়ী ভিৰৰ মাজত সোমাই পৰে। গাড়ীখনে এজন এজনকৈ কেইবাজনো লোকক মহতিয়াই নিয়ে। ঘটনাত আতংকিত লোকসকলৰ মাজত হুৰাহুৰি লাগে। শুকুৰবাৰে সন্ধিয়া ফ্ৰান্সৰ গুয়াডলুপৰ ছেইণ্ট-এনে (Saint-Anne)-ত এই ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বৰ্তমানলৈকে ১০...
Read More
শোণিতপুৰ জিলাৰ তেজপুৰত এক বৃহৎ সন্দেহজনক ধন লেনদেনৰ ঘটনা পোহৰলৈ আহিছে, যাৰ সৈতে ডুবাইৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ একেটা পৰিয়ালৰ চাৰিজন সদস্যক আটক কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেজপুৰৰ কেইবাজনো লোকৰ বেংক একাউণ্টলৈ ডুবাইৰ পৰা বিপুল পৰিমাণৰ ধন প্ৰবাহিত হোৱাৰ সন্দেহজনক তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত...
Read More
ভাৰতে ঔদ্যোগীকৰণৰ প্ৰয়োজনীয় পদক্ষেপৰ মাজেৰে নোযোৱাকৈয়ে দ্ৰুত পুঁজিবাদী বিকাশৰ আৰ্হি অনুসৰণ কৰি আছে—এইদৰে দেশখনে “স্পীড ৰানিং কেপিটেলিজম”ৰ বিপদৰ সন্মুখীন হৈছে। ফ্ৰন্টলাইনৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দক্ষিণ কোৰিয়াৰ অৰ্থনীতিবিদ হা-জুন চাঙে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক গতিবিধিক “গভীৰভাৱে ত্ৰুটিপূৰ্ণ আৰু বিপদজনক” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ঔদ্যোগিক অৰ্থনীতি গঢ়ি নোলোৱাকৈ পোনপটীয়াকৈ সেৱা খণ্ডত জপিয়াই পৰাটো...
Read More
শীতকালীন অধিবেশনৰ প্ৰথম দিনা কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীয়ে এটা কুকুৰক সংসদলৈ লৈ যোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে বিহাৰৰ বিজেপি বিধায়ক প্ৰমোদ কুমাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত প্ৰমোদ কুমাৰে নাৰীৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা শুনা যায়। প্ৰমোদ কুমাৰে কৈছিল, “বহু মহিলাই আত্ম-তৃপ্তিৰ বাবে কুকুৰৰ সৈতে শোৱে।” অৱশ্যে পিছত তেওঁ নিজৰ বক্তব্যৰ...
Read More
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰে যে আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদে মিত্ৰজোঁটৰ ভিতৰত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে আৰু বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজিৰ আলোচনা উন্নত পৰ্যায়ত উপনীত হৈছে। মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে যে দুয়োটা দলৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্ব পুনৰ দৃঢ় কৰি, মিত্ৰতাৰ অধীনত অধিকাংশ আসন অগপৰ প্ৰাৰ্থীলৈ যোৱাৰ সম্ভাৱনা আছে। যোৱা...
Read More
দুটা কোঠাৰ এটা সৰু ফ্লেট। সেয়াই হেনো ইৰা ছ’চিয়েল চেৰিটেবল ট্ৰাষ্টৰ সম্পূৰ্ণ অফিচ! গাজিয়াবাদৰ এই সংস্থাই বিজেপিক ৫০ লাখ টকাৰ অনুদান দিছিল। অভিযোগ অনুসৰি, ইয়াৰ পাছতেই ত্ৰিপুৰাত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ট্ৰাষ্টটোক অনুমতি দিয়া হয়। ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ১৫৩ কিলোমিটাৰ দূৰত, উত্তৰ ত্ৰিপুৰা জিলাৰ তিলথাই গাঁৱত সেই ‘আৰ্য্যাৱৰ্ত ইণ্টাৰনেচনেল ইউনিভাৰ্চিটি’ স্থাপন কৰা হৈছে। এই...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources