ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 6, 2025

Day

শান্তিৰ বাবে নোবেল বঁটাৰ যোগ্য বুলি বাৰে বাৰে দাবী কৰি অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পৰ অৱশেষত শান্তি বঁটা লাভৰ সপোন বাস্তৱত পৰিণত হ‘ল। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ড্ৰ‘ অনুষ্ঠানৰ সময়ত ড‘নাল্ড ট্ৰাম্পক ‘ফিফা শান্তি বঁটা‘ প্ৰদান কৰা হয়। শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ট্ৰাম্পক এই সন্মান জনোৱা হয়। ফিফাই চলিত...
Read More
চৰকাৰী চাকৰি, কল্যাণমূলক আঁচনি আৰু স্থানীয় নিৰ্বাচনত অংশগ্ৰহণৰ ক্ষেত্ৰত অসম চৰকাৰে “জনসংখ্যা আৰু নাৰী সবলীকৰণ নীতি (সংশোধনী), ২০২৫” কাৰ্যকৰী কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ আয়ুক্ত আৰু সচিব ড° পি. অশোক বাবুৱে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে। সংশোধিত নীতি অনুসৰি এতিয়া ৰাজ্যিক চৰকাৰৰ চাকৰি অথবা কল্যাণমূলক আঁচনিৰ সুবিধা বিচৰা সকলো ব্যক্তিয়ে বাধ্যতামূলকভাৱে দুই সন্তানৰ নীতি মানি চলিব লাগিব।...
Read More
ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান বাতিল হোৱাৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰিবলৈ দক্ষিণ ৰে’লৱেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰে’লৱে কৰ্তৃপক্ষই ঘোষণা কৰিছে যে যাত্ৰীৰ ভিৰ কমাবলৈ তেওঁলোকে কেইবাখনো বিশেষ ৰে’ল চলোৱাৰ লগতে কিছুমান দীৰ্ঘ দূৰত্বৰ ৰে’লত অতিৰিক্ত শীততাপ নিয়ন্ত্ৰিত ডবা সংযোজন কৰিব। অতিৰিক্ত শীততাপ নিয়ন্ত্ৰিত ডবাৰ সংযোজন দক্ষিণ ৰে’লৱেৰ ঘোষণা অনুসৰি, তলত উল্লেখ কৰা...
Read More
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাৰ শীতকালীন অধিৱেশনত গ্ৰহণ কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জনজাতীয় লোকসকল। জনজাতীয় সংগঠনসমূহৰ লগতে অসমৰ বিশ্ববিদ্যালয়কেইখনৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এইবাৰ ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ বিৰুদ্ধে সদৌ অসম জনজাতি ছাত্ৰ সন্থাই (ATTSU) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছে। কোকৰাঝাৰ জিলা দণ্ডাধীশৰ জৰিয়তে এই...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত এক অস্বাভাৱিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। দিল্লীৰ পালমা বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰট’কল ভংগ কৰি পুটিনক আদৰণি জনাইছিল। কিন্তু আটাইতকৈ চৰ্চিত বিষয়টো আছিল পুটিনক বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা বাহনখন। সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰেঞ্জ ৰ’ভাৰ বা মাৰ্চিডিজ বেঞ্জৰ নিচিনা বিলাসী...
Read More
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লোকসভা সমষ্টি বাৰাণসীত ২০২৫ চনৰ ৮ নৱেম্বৰত চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূব ৰে’লৱেৰ বাৰাণসী সংমণ্ডলে ৩ কোটি ৩৭ লাখ টকা ব্যয় কৰে। এক তথ্য জনাৰ অধিকাৰ (আৰ টি আই) আবেদনৰ উত্তৰত এই তথ্য প্ৰকাশ পাইছে। আৰ টি আই কৰ্মী অজয় ​​বাসুদেৱ বসুৱে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই উত্তৰ-পূব...
Read More
প্ৰায় পাঁচ দিন ধৰি ইণ্ডিগ’ৰ বিমান সেৱাত দেখা দিয়া চৰম অযোগ্যতা আৰু বিশৃংখলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিমান সংস্থাটোক কঠোৰ শাস্তি দিয়াৰ পৰিকল্পনা কৰিছে। হাজাৰ হাজাৰ যাত্ৰীয়ে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু কেন্দ্ৰৰ মতে এই পৰিস্থিতি ইণ্ডিগ’ৰ শীৰ্ষ বিষয়াসকলৰ অৱহেলাৰ বাবেই সৃষ্টি হৈছিল। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগোক একাধিক স্তৰত শাস্তি দিয়াৰ বাবে...
Read More
নিউয়ৰ্কৰ এটা ভাড়াঘৰত সংঘটিত অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছিল এগৰাকী ভাৰতীয় ছাত্ৰী। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত ভাৰতীয় ছাত্ৰীগৰাকীৰ নাম সাহাজা ৰেড্ডী উডুমালা। তেওঁ নিউয়ৰ্কৰ আলবানিত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছিল আৰু তাত এটা স্থানীয় ভাড়াঘৰত বাস কৰিছিল। ঘৰটোত আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বাস কৰিছিল...
Read More
অযোধ্যাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মছজিদ নিৰ্মাণৰ বাবে বিকল্প ভূমিত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত বিলম্ব হোৱাৰ পিছত, এতিয়া ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে (IICF) এখন নতুন সময়সীমা প্ৰদান কৰিছে। ট্ৰাষ্টে আশা কৰিছে যে যদি সকলো ঠিকে থাকে, তেন্তে ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত এই মছজিদ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব। ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পিছত...
Read More
ইৰাণ কৰ্তৃপক্ষই কিছ দ্বীপত অনুষ্ঠিত হোৱা এক মাৰাথন দৌৰৰ আয়োজকসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে বুলি  জানিবলৈ দিছে। হিজাব অবিহনে মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছবি সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, যোৱা শুকুৰবাৰে (৫ ডিচেম্বৰ, ২০২৫) অনুষ্ঠিত হোৱা এই দৌৰত ৫ হাজাৰতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল।...
Read More
1 2 3

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources