ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 3, 2025

Day

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে সংসদৰ চলিত শীতকালীন অধিৱেশনত আজি এই দাবী উত্থাপন কৰে। সাংসদগৰাকীয়ে জুবিন গাৰ্গক এগৰাকী মহান শিল্পীৰ লগতে পৰিৱেশবিদ, বন্যপ্ৰাণী প্ৰেমী, প্ৰচুৰ অধ্যয়নশীল আৰু মানৱতাবাদী আখ্যা দিয়ে। তেওঁ উল্লেখ কৰে যে, “নব্বৈৰ দশকত...
Read More
অসম চুক্তিৰ অংশ হিচাপে ১৯৯৪ চনত স্থাপিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমান অব্যাহত থকা অচলাৱস্থাক লৈ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। বিগত কেইমাহমানৰ পৰা বিশ্ববিদ্যালয় প্ৰশাসনৰ সৈতে জড়িত অনিয়মৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলে ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। প্ৰায় দুমাহ ধৰি বিশ্ববিদ্যালয় চৌহদত উপাচাৰ্যগৰাকী অনুপস্থিত থকাৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰী আৰু আনসকলে...
Read More
সংসদৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনটোত সংসদৰ চৌহদত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সাংসদসকলে চৰকাৰে প্ৰণয়ন কৰা নতুন চাৰিখন শ্ৰম সংহিতাৰ (Four Labour Codes) বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আদি শীৰ্ষ নেতাসকল উপস্থিত থাকে। প্ৰতিবাদকাৰী সাংসদসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ “কৰ্প’ৰেট জংগলৰাজ...
Read More
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বে এক ডাঙৰ কূটনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে। পুটিনৰ আগমনৰ আগদিনা, ৰাছিয়াৰ তিনিখন প্ৰধান পশ্চিমীয়া ৰাষ্ট্ৰ  ব্ৰিটেইন, ফ্ৰান্স, আৰু জাৰ্মানীয়ে এক ইংগিতমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই তিনিখন দেশৰ ভাৰতত থকা ৰাষ্ট্ৰদূতসকলে যৌথভাৱে এটা সম্পাদকীয় প্ৰতিবেদন প্ৰকাশ কৰি পুটিনক তীব্ৰ সমালোচনা কৰিছে। সমগ্ৰ বিষয়টোক লৈ নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা...
Read More
বুধবাৰে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন স্তৰ ৯০.২ লৈ হ্ৰাস পায়। ভাৰতীয় মুদ্ৰাৰ এইটোৱেই এতিয়ালৈকে আটাইতকৈ দুৰ্বল প্ৰদৰ্শন। মঙলবাৰে ৮৯.৯ টকাত উপনীত হোৱাৰ মাত্ৰ এদিন পিছতে এই হ্ৰাস দেখিবলৈ পোৱা গৈছে। এই বছৰত এতিয়ালৈকে টকাৰ মূল্যৰ প্ৰায় ৫% হ্ৰাস পাইছে। ৰয়টাৰৰ তথ্য অনুসৰি এই বছৰ এছিয়াৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ বেয়া প্ৰদৰ্শন ভাৰতীয়...
Read More
আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে। এই নিৰ্বাচনী যুঁজৰ ৰণনীতি তৈয়াৰ কৰিবলৈ মঙলবাৰে সন্ধিয়া দিল্লীত এক বিশেষ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসম কংগ্ৰেছৰ এক শক্তিশালী দলৰ সৈতে আলোচনাত মিলিত হয়। অহা বছৰৰ মাৰ্চ-এপ্ৰিল...
Read More
কেন্দ্ৰীয় চৰকাৰে বুধবাৰে (৩ ডিচেম্বৰ, ২০২৫) উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত কেৱল “মানৱীয় ভিত্তিত” বাংলাদেশলৈ বিতাড়িত কৰা এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰক ঘূৰাই অনাৰ বাবে সন্মতি প্ৰকাশ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে এক আদেশত উল্লেখ কৰে যে মহিলাগৰাকীৰ চিকিৎসাজনিত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাগৰাকীক বিনামূলীয়া যত্ন আৰু...
Read More
বৰ্ষাকালীন অধিৱেশনৰ সময়ত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে কৰা অহৰহ দাবীক প্ৰতিহত কৰাৰ পাছত চৰকাৰে শীতকালীন অধিবেশনৰ দ্বিতীয় দিন মঙলবাৰে (২ ডিচেম্বৰ) বিষয়টো আলোচনা কৰিবলৈ সন্মত হৈছে। নিৰ্বাচনী সংস্কাৰৰ সৈতে জড়িত অন্যান্য বিষয়ৰ লগতে অহা সপ্তাহত এই বিতৰ্ক অনুষ্ঠিত হ’ব। কিন্তু চৰকাৰে কৈছে যে এই আলোচনা বন্দে মাতৰমৰ ১৫০ বছৰীয়া...
Read More
এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন চাহৱালাৰ বেশত দেখা গৈছে! এই ভিডিঅ’টোৰ বিৰুদ্ধে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ বক্তব্য, প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে যি কাম কৰি আছে সেয়া কংগ্ৰেছে সহ্য কৰিব...
Read More
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দৰমহা কৰ্তন আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অভিযোগ অনুসৰি, মন্ত্ৰীগৰাকী বিধানসভাৰ কাৰ্যক্ৰম আৰু চৰকাৰী দায়িত্বৰ পৰা একেৰাহে পাঁচদিন অনুপস্থিত আছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি দৰমহা কৰ্তনৰ সন্মুখীন হোৱাৰ...
Read More
1 2

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources