ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977
December 2025

Month

হত্যাকাণ্ডৰ বাবে হত্যাকাৰীয়ে  ২০০ টকাৰ কাঠ ফলা কৰত আৰু শৰীৰৰ বিচ্ছিন্ন অংগ ভৰোৱাৰ বাবে ১১০০ টকাৰ ক’লা প্লাষ্টিক আৰু ফয়েলৰ বেগ ক্ৰয় কৰিছিল। হত্যাকাণ্ডৰ পিছত মৃতদেহৰ অংগ সৰবৰাহ কৰাৰ সকলো পৰিকল্পনা সাজু হৈ উঠিছিল। কিন্তু হত্যাকাৰীয়ে এৰি থৈ যোৱা সৰু সূত্ৰৰ পৰাই গোটেই ঘটনাটোৰ পাক ঘুৰি গ’ল। কটা হাতৰ টুকুৰাৰ সৰু টেটুৰ সূত্ৰৰ পম খেদি...
Read More
আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডক লৈ কৰা শেহতীয়া মন্তব্যই আমেৰিকা আৰু ডেনমাৰ্কৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। কৌশলগত আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ স্থাপনক “প্ৰয়োজনীয়” বুলি অভিহিত কৰিছে। এই সন্দৰ্ভত আলোচনা আৰু সম্ভাৱ্য পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ এজন বিশেষ দূত নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছে। ট্ৰাম্পৰ এই মন্তব্যই অতীতত...
Read More
পঞ্জাৱৰ প্ৰাক্তন আই পি এছ বিষয়া অমৰ সিং চাহালে এজন নিৰাপত্তাৰক্ষীৰ ৰাইফল কাঢ়ি লৈ আত্মহত্যাৰ চেষ্টা চলায়। গুৰুতৰভাৱে আহত বিষয়াগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, চাইবাৰ জালিয়াতিৰ দ্বাৰা প্ৰতাৰিত হৈ আৰক্ষী বিষয়াজনে সকলো হেৰুৱাই পেলাইছিল। এই ধনৰ পৰিমান প্ৰায় ৮.১০ কোটি টকা। পাটিয়ালাৰ এছ এছ পি বৰুণ শৰ্মাই জানিবলৈ দিয়ে যে অমৰ সিং...
Read More
সংখ্যা বিজ্ঞানৰ আনুষ্ঠানিক আৱিষ্কাৰৰ আগতেই পৃথিৱীত সংখ্যাৰ ধাৰণাৰ অস্তিত্ব আছিল আৰু সেইবোৰ শিল্প চৰ্চাত ব্যৱহাৰ কৰা হৈছিল। সংখ্যা লিখাৰ পদ্ধতি আৰু আনুষ্ঠানিক গণিত বিকশিত হোৱাৰ বহু হাজাৰ বছৰ আগতেই মানুহে গণিতৰ ধাৰণা ব্যৱহাৰ কৰিছিল বুলি শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে। প্ৰায় ৮,০০০ বছৰ পুৰণি মেছ’পটেমিয়াৰ এটা মাটিৰ পাত্ৰত অংকিত ফুলৰ নক্সাৰ মাজেৰে সংখ্যা, জ্যামিতি আৰু...
Read More
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত বাতিল হ’ল নিৰ্বাচনী বণ্ড। তাৰ পিছত প্ৰায় দুবছৰ পাৰ হৈ গ’ল। কিন্তু বিজেপিৰ তহবিলত কোনো প্ৰভাৱ পৰা নাই। ইয়াৰ বিপৰীতে গেৰুৱা শিবিৰৰ পুঁজি বিভিন্ন অনুদানেৰে আৰু অধিক উফন্দি উঠিছে। ইয়াৰ পূর্বে খবৰ ওলাইছিল যে ৮২ শতাংশ চান্দা নির্বাচনী ট্ৰাষ্টৰ জৰিয়তে বিজেপিৰ ঘৰত প্রৱেশ কৰিছে৷ এতিয়া জানিব পৰা গৈছে যে বণ্ড বাতিলৰ...
Read More
ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) বিষয়ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ বিশেষ পাঠ্যপুথি বিকাশৰ দল গঠন কৰিছে বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সংসদত অৱগত কৰিছে। এই পদক্ষেপে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF-SE) ২০২৩ৰ লক্ষ্যসমূহ বাস্তৱায়নত সহায় কৰিব বুলি...
Read More
অসমৰ ‘বিদেশী ন্যায়াধিকৰণে’ আৰু দুগৰাকী মহিলাক ‘বিদেশী’ ঘোষণা কৰিছে। মহিলা দুগৰাকীক দেশ এৰি যাবলৈ ২৪ ঘণ্টাৰ সময় দিয়া হৈছে। আজিৰ ভিতৰত তেওঁলোকক দেশ এৰি যাবলৈও নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ অসমৰ বিশ্বনাথ জিলাৰ প্ৰশাসনে জাৰি কৰিছে। কিছুদিন পূৰ্বেও ১৫ জন লোকক ‘বিদেশী’ বুলি ঘোষণা কৰা হৈছিল। নগাঁও জিলাৰ প্ৰশাসনে তেওঁলোককো দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল।...
Read More
ইটোৰ পিছত সিটো বিস্ফোৰণ আৰু আক্ৰমণ। হতাহতৰ সংখ্যা বৃদ্ধি পাই আছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্তমানৰ ছবিখন ঠিক এনেকুৱাই। এই পৰিস্থিতিৰ মাজতে গাড়ী বিস্ফোৰণত নিহত হ’ল ৰাছিয়াৰ এজন উচ্চ পদস্থ সামৰিক বিষয়া। ৰাছিয়াৰ তদন্ত সমিতিয়ে জনোৱা মতে, ৰাজধানী মস্কোত ৰাছিয়াৰ সেনাৰ জেনেৰেলৰ গাড়ীৰ তলত হঠাতে বিস্ফোৰণ সংঘটিত হয়। যাৰ বাবে তেওঁৰ মৃত্যু হয়। ইউক্ৰেইন এনে বিস্ফোৰণৰ সৈতে...
Read More
শীতকাল বহুতৰে বাবে আৰামদায়ক হ’লেও, ঠাণ্ডা বতৰত বহু লোকে হাত-ভৰি চেঁচা পৰাৰ লগতে গাঁঠিৰ বিষত ভুগিবলগীয়া হয়। বিশেষকৈ বয়স বঢ়াৰ লগে লগে এই সমস্যাটো অধিক দেখা যায় যদিও বৰ্তমান কম বয়সীয়া লোকসকলো ইয়াৰ সন্মুখীন হোৱা দেখা যায়। চিকিৎসকসকলৰ মতে, শীতকালত অত্যধিক ঠাণ্ডাৰ প্ৰভাৱত হাত-ভৰিৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে; যাৰ ফলত তেজৰ চলাচল হ্ৰাস পায়...
Read More
জনপ্ৰিয় সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি আজি গুৱাহাটীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ আৰম্ভ হয়। আজি এই গোচৰৰ সৈতে জড়িত সাতগৰাকী অভিযুক্তক ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আদালতত হাজিৰ কৰা হয়। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনাই অভিযুক্ত সাতগৰাকীৰ বিৰুদ্ধে আদালতত অভিযোগ গঠন (Charge frame) কৰা হ’ব। আজি আদালতত...
Read More
1 2 3 43

Department Contact Info

Engineering

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources

Department Contact Info

School Of Law

1810 Campus Way NE
Bothell, WA 98011-8246

+1-2345-5432-45
bsba@kuuniver.edu

Mon – Fri 9:00A.M. – 5:00P.M.

Social Info

Student Resources